IGNOU FAS 1 SOLVED ASSIGNMENT HINDI
₹80
₹30
FAS 1: Assamese
| Title Name | IGNOU FAS 1 SOLVED ASSIGNMENT HINDI |
|---|---|
| Type | Soft Copy (E-Assignment) .pdf |
| University | IGNOU |
| Degree | BACHELOR DEGREE PROGRAMMES |
| Course Code | BDP |
| Course Name | Bachelor Degree Programmes |
| Subject Code | FAS 1 |
| Subject Name | Assamese |
| Year | 2025 |
| Session | - |
| Language | English Medium |
| Assignment Code | FAS 1/Assignment-1/2025 |
| Product Description | Assignment of BDP (Bachelor Degree Programmes) 2025. Latest FAS 1 2026 Solved Assignment Solutions |
| Last Date of IGNOU Assignment Submission | Last Date of Submission of IGNOU BEGC-131 (BAG) 2025-26 Assignment is for January 2026 Session: 30th September, 2026 (for December 2025 Term End Exam). Semester Wise January 2025 Session: 30th March, 2026 (for June 2026 Term End Exam). July 2025 Session: 30th September, 2025 (for December 2025 Term End Exam). |
| Format | Ready-to-Print PDF (.soft copy) |
📅 Important Submission Dates
Why Choose Our Solved Assignments?
• Guidelines: Strictly follows 2025-26 official word limits.
• Scoring: Designed to help students achieve 90+ marks.
📋 Assignment Content Preview
FAS 1 2025 - Hindi
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় অসমীয়া ভাষাৰ ভিত্তিস্থাপন পাঠ্যক্রম
COURSE TITLE: FAS: FAS
মুঠ নম্বৰ: 100
দাইনম
1. তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ 150টামান শব্দৰ ভিতৰত লিখক:
ক) 'অসম' আৰু 'অসমীয়া' শব্দৰ উৎপত্তি সম্পর্কে বহলাই আলোচনা কৰক।
খ) অসমীয়া মানুহৰ খাদ্যাভ্যাসৰ ওপৰত আৰ্যভিন্ন গোষ্ঠীৰ খাদ্যাভ্যাসৰ প্ৰভাৱ সম্পর্কে এটা নিবন্ধ যুগুত কৰক।
গ) বাগিন্দ্রিয়সমূহৰ পৰিচয় দাঙি ধৰি অসমীয়া ধ্বনিৰ উচ্চাৰণত বাগিন্দ্ৰিয়ৰ প্ৰভাৱ বৰ্ণনা কৰক।
ঘ) অসমীয়া আখৰ জোঁটনিৰ সমস্যা আৰু এইবোৰৰ সমাধানৰ সূত্ৰ সম্পৰ্কে আলোচনা কৰক।
2. তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ 100টামান শব্দৰ ভিতৰত লিখক:
ক) কেৰালাৰ ওনাম উৎসব কেতিয়া আৰু কেনেকৈ পালন কৰা হয়?
খ) উষাৰ সপোনৰ স্বামীক চিনাক্ত কৰিবলৈ চিত্ৰলেখাই কাৰ কাৰ ছবি অংকন কৰিছিল?
গ) অমিয় কলিতাই কি উদ্দেশ্যেৰে আৰু কি কি কথা অৱগত কৰি অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগমৰ নির্দেশকলৈ দৰ্খাস্ত কৰিছিল?
ঘ) কৰ্কট ৰোগৰ বিস্তাৰত কিহে সহায় কৰে?
3. তলৰ বিষয়কেইটাৰ ওপৰত চমুটোকালিখক:
ক) সংখ্যাগত দৰ্শন
খ) অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য
গ) জগন্নাথ মন্দিৰ
ঘ) পংগল উৎস
4.চমু উত্তৰ দিয়কঃ
ক) 'হোমৰুল' আন্দোলনৰ গুৰিবঠা কোনে ধৰিছিল? এই আন্দোলনৰ পৰিণতি কি হৈছিল?
খ) মৌর্য যুগৰ ভাস্কৰ্য-স্থাপত্য কোনবোৰ? এই ভাস্কর্য-স্থাপত্যত কিহৰ প্ৰভাৱ প্ৰতিফলিত হোৱা বুলি কোৱা হৈছে?
5.তলৰ শব্দবোৰৰ যিকোনো পাঁচটাৰ বিপৰীত অর্থবাচক শব্দ লিখি একোটাকৈ বাক্য ৰচনা কৰক: ফুলি উঠা, সমন্বয়, উদাৰ, ম্লান, মুখৰিত, বিশাল, সংমিশ্রণ, আমিষ
6.তলৰ যিকোনো পাঁচটা বিশেষণ শব্দৰ পৰা বিশেষ্য শব্দৰ সাধন কৰক:
সৎ, বিশাল, ভদ্র, দৰিদ্ৰ, সুন্দৰ, উচ্চ
❓ Frequently Asked Questions (FAQs)
A: Immediately after payment, the download link will appear and be sent to your email.
Q: Is this hand-written or typed?
A: This is a professional typed computer PDF. You can use it as a reference for your handwritten submission.
Get the full solved PDF for just Rs. 15